ছহিদ ইমতিয়াজুদ্দিন আহমেদ সোঁৱৰণী বৃত্তি প্ৰদান

Home অন্যান্য খবৰছহিদ ইমতিয়াজুদ্দিন আহমেদ সোঁৱৰণী বৃত্তি প্ৰদান

ছহিদ ইমতিয়াজুদ্দিন আহমেদ সোঁৱৰণী বৃত্তি প্ৰদান

by News Desk
46 views
A+A-
Reset

চৰাইদেউঃ প্ৰথম বাৰৰ বাবে অসম আন্দোলনৰ ছহিদ চৰাইদেউ জিলাৰ সোণাৰিৰ ইমতিয়াজুদ্দিন আহমেদৰ স্মৃতিত ছহিদ গৰাকীৰ জ্যেষ্ঠ ভাতৃ কুতুবুদ্দিন আহমেদৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ‘ছহিদ ইমতিয়াজুদ্দিন আহমেদ সোঁৱৰণি মেধা বৃত্তি – ২০১৭ চন’ প্ৰদান কৰা হয়।

বিদ্যালয়খনৰ ২০১৬ বৰ্ষৰ বাৰ্ষিক পৰীক্ষাত ষষ্ঠৰ পৰা সপ্তম, সপ্তমৰ পৰা অষ্টম, অষ্টমৰ পৰা নৱম আৰু নৱমৰ দশম শ্ৰেণীলৈ সৰ্বোচ্চ নম্বৰ সহ উত্তীৰ্ণ হোৱা চাৰিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী ক্ৰমে শ্ৰীমতী অৰ্পিতা পাল, নিকিতা দেৱ, হৰ্ষৰাজ গগৈ আৰু ৰুমা তুৰীলৈ একোখনকৈ অভিনন্দন পত্ৰ আৰু নগদ ১৫০০ টকাকৈ প্ৰদান কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0