68
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে চেলফি এক ট্ৰেণ্ডলৈ পৰিণত হৈছে৷ প্ৰত্যেক বছৰে বহু লোক চেলফিৰ বাবে মৃত্যুমুখত পৰে৷ সমগ্ৰ বিশ্বৰ ভিতৰতে চেলফি তুলি দুৰ্ঘটনা অথবা মৃত্যুমুখত পৰা লোকৰ সংখ্যা আটাইতকৈ বেছি৷
২০১৪ চনৰ মাৰ্চৰ পৰা ২০১৬ চনৰ চেপ্তেম্বৰলৈ সমগ্ৰ বিশ্বতে চেলফিৰ ফলত ১২৭ গৰাকী লোক মৃত্যুমুখত পৰিছে৷