Home অন্যান্য খবৰতামাৰহাটত বিনামুলীয়া পাঠদান শিবিৰ

তামাৰহাটত বিনামুলীয়া পাঠদান শিবিৰ

by News Desk
66 views
A+A-
Reset

গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত ধুতুৰামাৰীস্থিত “মানৱ কল্যান আৰ্থ-সামাজিক উন্নয়ন” নামৰ বে-চৰকাৰী সংস্থা এটাৰ উদ্যোগত এখন উদ্ধোধনী সভাৰ জৰিয়তে বিনামুলীয়া পাঠদান শিবিৰ আৰম্ভ হৈছে। 

বিনামুলীয়া পাঠদান শিবিৰৰ আজিৰ উদ্ধোধনী সভাখনৰ সভাপতিত্ব কৰে হাতীধুৰা হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক নুৰ ইছলাম সেখে। বে-চৰকাৰী সংস্থাটোৰ সম্পাদক নুৰ আমিন সেখ আৰু উপ-সভাপতি আনিচুৰ ৰহমান সেখে জানিব দিয়া মতে তামাৰহাট অঞ্চলৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ বাবে সম্পুৰ্ন গৰমৰ বন্ধত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মুঠ তিনিটা বিষয়ত বিনামুলীয়া পাঠদান দিয়াৰ বাবে আঠজন শিক্ষকক নিযুক্ত কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0