Home দেশবাজেটৰ প্ৰভাৱ, ৫০০ পয়েন্ট নিম্নগামী ছেনছেক্স

বাজেটৰ প্ৰভাৱ, ৫০০ পয়েন্ট নিম্নগামী ছেনছেক্স

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মোডী চৰকাৰে অন্তিম বাজেট দাখিল কৰাৰ পিছতেই প্ৰভাৱ পৰে শ্বেয়াৰ বজাৰত। নিম্নগামী হ’ল ছেনছেক্স, নিফটি৷ আৰম্ভণিতে ৫৮০ পইন্ট তলত নামি ছেনছেক্স হয় ৩৫,৩১৪.৯৭ পইন্টলৈ৷ আনহাতে, ৩০০ পইন্ট নামি নিফটি হয় ১০,৮২৬.৫০ পইন্ট৷

বিশেষজ্ঞসকলৰ মতে, বাজেটত এলটিছিজি টেক্সৰ যি প্ৰস্তাৱ লোৱা হৈছে সেই বাবেই শ্বেয়াৰ বজাৰত শুকুৰবাৰে পুৱা নিম্নগামী হয় ৷ ইফালে, আটাইতকৈ বেছি প্ৰভাৱ পৰে বেংকৰ শ্বেয়াৰত৷ নিফটি প্ৰাইভেট বেংক আৰু নিফটি ৰাজহুৱা বেংকৰ ষ্টকৰ দামো কমাই প্ৰায় ২ শতাংশ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0