ডিব্ৰুগড়ত তৰুণ গগৈৰ সংবাদমেল, সোণোৱাল চৰকাৰ উৎসৱ-বিজ্ঞাপনৰ চৰকাৰ

Home ৰাজ্যডিব্ৰুগড়ত তৰুণ গগৈৰ সংবাদমেল, সোণোৱাল চৰকাৰ উৎসৱ-বিজ্ঞাপনৰ চৰকাৰ

ডিব্ৰুগড়ত তৰুণ গগৈৰ সংবাদমেল, সোণোৱাল চৰকাৰ উৎসৱ-বিজ্ঞাপনৰ চৰকাৰ

by News Desk
74 views
A+A-
Reset

ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটী মহানগৰীত বিশ্বৰ কেইবা খনো দেশৰ প্ৰতিনিধি তথা উদ্যোগপতিৰ উপস্থিতিত Advantage Assamৰ Global Investor Summit অনুষ্ঠিত হ’বৰ বাবে কেইটামান ঘন্টা বাকী থকা অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰত তীব্ৰ সমালোচনা কৰে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক বিজেপি মিত্ৰজোট চৰকাৰখনক মেলামুখীয়া চৰকাৰ আখ্যা দি গগৈয়ে চৰকাৰখনে জনসাধাৰণৰ উন্নয়নক পিঠি দি উৎসৱ আৰু বিজ্ঞাপনতে ব্যস্ত থকা বুলি কটাক্ষ কৰে।

ডিব্ৰুগড়ত শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ডিব্ৰুগড় ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজ্য চৰকাৰে আয়োজন কৰা Advantage Assam সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মেলা, উৎসৱ পাতিলেই অসমলৈ বিনিয়োগকাৰী নাহে বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0