63
সৰভোগঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নম্বৰ সৰলীকৰণ ব্যৱস্থাৰ বাবে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ সুবিধা নোপোৱাত ক্ষোভ ব্যক্ত কৰিছে এছ এফ আইয়ে৷
ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক সমিতিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কৰা নম্বৰ সৰলীকৰণ ব্যৱস্থাই স্বায়ত্ব শাসিত মহাবিদ্যালয়খনৰ বহু মেধাবী ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পৰ্যায়ৰ নামভৰ্তিৰ পৰা বঞ্চিত কৰিছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে৷