59
মুকালমুৱাঃ এইকেইদিন গুৱাহাটীৰ ৰাজপথত পোহৰৰ অভাৱ নাই যদিও জকাইচুকত বিদ্যুতৰ লুকা-ভাকু অব্যাহত আছে। তাৰ মাজতে আহিছে বিদ্যুতৰ সংযোগ নথকা এখন চিকিৎসালয়ৰ ৰোগীৰ আলাই-আথানি হোৱাৰ খবৰ।
চিকিৎসালয়ত পোহৰৰ অভাৱত সদ্যজাত শিশুক দোকানক চিকিৎসা৷ বৰক্ষেত্ৰীৰ ভাংনামাৰী চিকিৎসালয়ত বিদ্যুতৰ সংযোগ নথকাত ৰোগীয়ে সময়ে সময়ে অসুবিধাত পৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে।