58
ডিজিটেল ডেস্কঃ কেৱল ২০ বছৰে এখনেই চিনেমা চলিছিল ছবিঘৰটোত৷ শ্বাহৰুখ খান আৰু কাজল অভিনীত দিলৱালে দুলহনীয়া লে জায়েংগে চমুকৈ ডিডিএলজে বুলি জনপ্ৰিয় চলচিত্ৰখন মুক্তি পোৱাৰ পৰা আজিৰ তাৰিখলৈ মুম্বাইৰ মাৰাঠা মন্দিৰ থিয়েটাৰ হলত চলি অহাটো একপ্ৰকাৰ অভিলেখ আছিল৷ পৰ্যটকৰ বাবেও সদায় কৌতুহল আৰু বিস্ময়ৰ কাৰণ আছিল এই ডিডিএলজে প্ৰীতি।
