Home অন্যান্য খবৰবৰ্ষীয়ান পেঁপাবাদক মাণিক কলিতাই লাভ কৰিলে শিল্পী পেঞ্চন, ঢোল-পেঁপাৰ মাতেৰে মুখৰিত ঐতিহাসিক গৌৰিনাথ মন্দিৰ

বৰ্ষীয়ান পেঁপাবাদক মাণিক কলিতাই লাভ কৰিলে শিল্পী পেঞ্চন, ঢোল-পেঁপাৰ মাতেৰে মুখৰিত ঐতিহাসিক গৌৰিনাথ মন্দিৰ

by News Desk
49 views
A+A-
Reset

NewsNextOne । নগাঁওঃ বিখ্যাত ঐতিহাসিক আঁহতগুৰিৰ ম’হযুঁজৰ কথা ক’লে সকলো ৰে মানস পটত ভাহি উঠে এগৰাকী বিশেষ ব্যক্তিৰ প্ৰতিচ্ছবি। নাম তেওঁৰ মাণিক কলিতা। বিগত তিনি দশকৰো অধিক কাল আঁহতগুৰিৰ ম’হযুজস্থলীৰ লগতে অন্যান্য প্ৰান্তটো ম’হৰ শিঙৰ পেঁপা বজাই সৰ্বস্তৰৰ দৰ্শকৰ  হৃদয় জুৰাৰবলৈ সক্ষম হোৱা বৰ্ষীয়ান পেঁপুৱা মাণিক কলিতাই অৱশেষত লাভ কৰিলে শিল্পী পেঞ্চন।

ৰাজ্য চৰকাৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা শিল্পী পেঞ্চন প্ৰাপকৰ তালিকাত নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ নতুন ভোগবাৰী সত্ৰ নিবাসী ৮৪ বছৰীয়া পেপুৱা মাণিক কলিতাৰ নাম অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈ পৰিছে অঞ্চলবাসী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0