49
তিনিচুকীয়াঃ অহা ৯ আৰু ১০ জুনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে আৰু কিক-বক্সিং চেম্পিয়নশ্বিপত তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ চিমি বৰপাত্ৰ গোহাঁয়ে ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিব।
ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰী চিমিয়ে ইতিমধ্যে চুকেন কাৰাটে ফেডাৰেচনৰ ব্লেক বেল্ট অৰ্জন কৰিছে।