Home লাইফষ্টাইলদুই ভাৰতীয় কোম্পানীৰ মছলাক লৈ হংকং, ছিংগাপুৰত হাহাকাৰ… কিন্তু কিয়?

দুই ভাৰতীয় কোম্পানীৰ মছলাক লৈ হংকং, ছিংগাপুৰত হাহাকাৰ… কিন্তু কিয়?

by News Desk
A+A-
Reset
masala

অতি হেঁপাহেৰে প্ৰস্তুত কৰা ব্যঞ্জন খনি অধিক সুস্বাদু বনাবলৈ প্ৰতিগৰাকী গৃহিনীৰে প্ৰথম পছন্দ জনপ্ৰিয় মছলা কোম্পানী এম ডি এইছ আৰু এভাৰেষ্টৰ মছলা। কিন্তু ভাৰতৰ এই জনপ্ৰিয় মছলাক লৈয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে হংকং আৰু ছিংগাপুৰে। হংকঙৰ খাদ্য সুৰক্ষা বিভাগে ভাৰতীয় কোম্পানী এম ডি এইচ আৰু এভাৰেষ্টৰ মছলাত কেন্সাৰ সৃষ্টিকাৰী পদাৰ্থ পোৱা বুলি দাবী কৰিছে।

হংকঙৰ খাদ্য সুৰক্ষা বিভাগে ভাৰতীয় কোম্পানী দুটাই প্ৰস্তত কৰা কিছুমান পেকেট মছলাত কীটনাশক ইথিলিন অক্সাইড পোৱা বুলি দাবী কৰাৰ পিছতে ভাৰততো এই জনপ্ৰিয় কোম্পানী দুটাৰ মছলাক লৈ অলেখ প্ৰশ্নৰ উত্থাপন হৈছে। অৱশ্যে হকঙৰ খাদ্য সুৰক্ষা বিভাগৰ এই দাবী খাৰিজ কৰি সম্পূৰ্ণ যাৱতীয় পৰীক্ষাৰ পিছতে বজাৰত নিজৰ মছলা বজাৰত মুকলি কৰি অহা বুলি মন্তব্য কৰিছে এভাৰেষ্ট মছলা কোম্পানীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0