57
চতিয়াঃ চতিয়াৰ বৰালিমৰাত মঙলবাৰে বিলত গা ধুবলৈ যাওঁতে দেৱকুমাৰ বৰ্মন (১৫) নামৰ যুৱকজন নিখোজ হয়। আন দুজন কিশোৰৰ লগত বিলত গা ধুবলৈ গৈ দুপৰীয়াৰ পৰাই নিখোজ হৈ থকা কিশোৰ জনৰ আজি মৃতদেহ উদ্ধাৰ হয়।
বৰালিমৰা বিলৰ মেটেকাৰ ওপৰত দেৱৰ কাপোৰ প্ৰত্যক্ষ কৰাপ পাছত আজি পূৱাৰ ভাগত বিলখনত উদ্ধাৰ হয় মৃতদেহ।