109
শিৱসাগৰঃ শিৱসাগৰত বৰ্তমানলৈকে ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ভিতৰত বি জে পি আগবাঢ়ি আছে। এত্য়ালৈকে ঘোষিত ১০২ ৱাৰ্ডৰ ৫৭ টাত বি জে পি, ৩০ টাত কংগ্ৰেছ আৰু ১৫ টাত অ গ পই বিজয়ৰ হাঁহি মাৰিছে। ফলাফলসমূহ এনেধৰণৰ