শিমলুগুৰিঃ শিৱসাগৰ শিমলুগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

কৃষক মুক্তিৰ দাবীসমূহ

► নাজিৰা সমষ্টিৰ তেতেলিগুৰি গৰাখহনীয়া সমস্যা সমাধান কৰা আৰু মথাউৰি নিৰ্মাণ 
► নগৰৰ যাতায়ত সমস্যা সমাধান 
► বাট-পথ পকীকৰণ
► শিশু শ্ৰমিক হিচাপে কাম কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰা 
► অবৈধভাৱে গঢ়ি উঠা মদৰ ঘাটীসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰা