ঐতিহ্যমণ্ডিত গৌৰীপুৰত ববী শৰ্মা, ‘সোণাৰ বৰণ পাখি’ চাবলৈ ৰাইজক আহ্বান

Home ৰাজ্যঐতিহ্যমণ্ডিত গৌৰীপুৰত ববী শৰ্মা, ‘সোণাৰ বৰণ পাখি’ চাবলৈ ৰাইজক আহ্বান

ঐতিহ্যমণ্ডিত গৌৰীপুৰত ববী শৰ্মা, ‘সোণাৰ বৰণ পাখি’ চাবলৈ ৰাইজক আহ্বান

by News Desk
102 views
A+A-
Reset

ধুবুৰীঃ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ আধাৰত নিৰ্মিত তথা গোৱালপৰীয়া ভাষাৰ আত্মজীৱনী মূলক “সোণাৰ বৰণ পাখি” নামৰ বোলছবি খন ২৪ নৱেম্বৰত মুক্তি লাভ কৰিব৷ “সোণাৰ বৰণ পাখি” নামৰ ৰাজবংশী ভাষাৰ কথাছবি খনৰ পৰিচালক ববী শৰ্মাই এই কথা জানিবলৈ দিয়ে৷

ইতিমধ্যে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত “সোণাৰ বৰণ পাখি” নামৰ ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ সোমবাৰে ছবি খনৰ নিৰ্মাতা, নিৰ্দেশক তথা-কলা-কুশলী ধুবুৰীৰ ঐতিহ্যপূৰ্ণ গৌৰীপুৰত উপস্থিত হয়৷ গৌৰিপুৰত উপস্থিত হৈ প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মস্থান পৰিদৰ্শন কৰি “সোণাৰ বৰণ পাখি” নামৰ চিনেমাখন অসমৰ ৰাইজক চাবলৈ আহ্বান জনাই পৰিচালক ববী শৰ্মাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0