ডিজিটেল ডেস্কঃ এইবাৰ সাম্প্ৰদায়ীক হিংসাই জোকাৰিছে শ্ৰীলংকাক৷ দুই সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজিৰ বাবে অশান্ত হৈ পৰিছে শ্ৰীলংকাৰ এটা বৃহৎ অঞ্চল৷ দেওবাৰ আৰু সোমাবাৰে শ্ৰীলংকাৰ সংখ্যালঘু মুছলমানক বৃহৎ সংখ্যাক লোক ওলাই আহি আক্ৰমণ কৰাৰ লগতে দোকান জ্বলাই দিয়াৰ ঘটনাৰ ফলত অশান্ত হৈ পৰিছে শ্ৰীলংকা৷
Enough! Please stop. Don’t escalate this incident to a race riot. Police, you better follow instructions and enforce the damn law. @RW_UNP pic.twitter.com/Ko5VaD3nwl