175
শিৱসাগৰঃ শিৱসাগৰ সন্মিলিত ব্যৱসায়ী সন্থাই শনিবাৰে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক নগদ ধন, ফুলাম গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ব্যৱসায়ী সন্থাটোৱে৷