Home অন্যান্য খবৰজেঙনীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

জেঙনীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

by News Desk
139 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জেঙনী নুৰুল নাহাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বিদ্যালয়খনৰ পৰা বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়৷ 

এই মৰ্মে, বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰা মদিৰা বেগম, আমেৰিকাত ছফটৱেৰ অভিযন্ত্ৰা হিচাপে কৰ্মৰত মজিবুৰ ৰহমান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ মীৰ আলম ছিদ্দিকী, ডাঃ নাছৰিন চুলতানা, ডাঃ প্ৰাসাদ উল্লাহ, মীন সম্প্ৰসাৰণ বিষয়া আবদিদাৰ ছিদ্দিকী, বিদ্যালয়খনৰ অধ্যক্ষ মুকুট কলিতাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উপযোগী সাৰুৱা ভাষণ প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0