72
শিৱসাগৰঃ শিৱসাগৰ চহৰৰ সমীপৱৰ্তী অৰ্জুনগুৰি অঞ্চলত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত অৰ্জুনগুৰি প্ৰাথমিক ছাত্ৰ সন্থাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনায়।
অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী টংকেশ্বৰ দত্তৰ সভাপতিত্বত শিৱসাগৰ উচ্চ মাদ্ৰাছাত অনুষ্ঠিত অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট অধিবক্তা দিগন্ত মঙ্গল নেওগে।