61
নাৰায়নপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অন্তৰ্গত জৰাবাৰীস্থিত পিছলা নেশ্যনেল একাডেমীৰ পৰা সুখ্যাতিৰে অসম তথা জিলাখনলৈ ৩য় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ভাৰ্গৱ প্ৰতীম বৰাৰ লগতে সদ্য উত্তীৰ্ণ শিক্ষাৰ্থী সকলক ৰবিবাৰে অভিনন্দন জনোৱা হয়।
সভাখনৰ সভাপতি হিচাপে অাসন অলংকিত কৰে পি.এন.এ. পৰিচালনা সমিতিৰ সভাপতি ডা. হৰেণ শইকীয়া দেৱে।