119
newsnextone.com। তেজপুৰঃ স্বচ্ছতা হি সেৱা পষেক উপলক্ষে শোনিতপুৰ জিলা প্ৰসাশনৰ উদ্যোগত শনিবাৰে তেজপুৰ চহৰত উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা। শোণিতপুৰ জিলাৰ আশাকৰ্মী সকলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই তেজপুৰ চহৰ খনত পৰিভ্ৰমণ কৰে। পুৱা চহৰখনত চাফাই অভিযানো চলোই শোভাযাত্ৰাকাৰী সকলে।