Home অন্যান্য খবৰপৰিত্যক্ত অৱস্থাত তিনিচুকীয়াৰ ছহিদ উদ্যান

পৰিত্যক্ত অৱস্থাত তিনিচুকীয়াৰ ছহিদ উদ্যান

by News Desk
57 views
A+A-
Reset

তিনিচুকীয়াঃ অসম আন্দোলনৰ ৮০০ ছহিদৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ বাবে ১৯৮৫ চনতে তিনিচুকীয়াৰ বৰপথাৰত নিৰ্মাণ কৰা হৈছিল শ্বহীদ উদ্যান। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সেই ছহিদ উদ্যানৰ কোনোধৰণৰ উন্নয়ন দেখা পোৱাটো নগ’লেই বৰঞ্চ ছহিদ উদ্যানখন সম্প্ৰতি পৰিত্যক্ত অৱস্থালৈ পৰ্যবসিত হোৱাৰ উপৰি স্থানীয় বৰপথাৰবাসীৰ জাবৰ পেলোৱা ঠাইলৈ পৰিণত হৈছে।

মন কৰিবলগীয়া বিষয় যে যি আঠশ ছহিদৰ আত্মত্যাগ আৰু বলিদানৰ বিপৰীতে অগপৰ তদানীন্তন চৰকাৰ গঠন হৈছিল সেই সময়ত অগপ চৰকাৰে উদ্যানখনৰ উন্নয়নৰ কোনো প্ৰয়াসেই লোৱা পৰিলক্ষিত নহ’ল। আনকি দুবাৰকৈ ৰাজ্য শাসনৰ বাঘজৰী লোৱা অগপ চৰকাৰে পৰৱৰ্তী শাসনকালতো উদ্যানখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে। আঞ্চলিক ৰাজনীতিৰ পৰা বিজেপিলৈ অহা সৰ্বানন্দ সোণোৱাল সহিতে বাকী নেতা-কৰ্মীৰ সুদৃষ্টিলৈও নাহিল সংশ্লিষ্ট উদ্যানখন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0