Home অন্যান্য খবৰগোৱালপাৰাত দশম টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট

গোৱালপাৰাত দশম টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট

by News Desk
53 views
A+A-
Reset

স্প’ৰ্টছ ডেস্কঃ মাধুৰ্য প্ৰসাদ বৰুৱা আৰু বদন চন্দ্ৰ শইকীয়াৰ সোঁৱৰণীত গোৱালপাৰাত অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰবীণ আন্তঃজিলা আৰু প্ৰতিষ্ঠান টি-২০ ক্ৰিকেটৰ দশম সংস্কৰণ৷ ভেটেৰেন ক্ৰিকেট এছচিয়েছন অৱ আচামৰ গোৱালপাৰা শাখাই ভেটেৰেন ক্ৰিকেট এছচিয়েছন অব আচামৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগীতাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব এডভকেটচXI আৰু বজালিৰ মাজত৷

গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু আছুৰ সভাপতি দীপাংক নাথ আৰু প্ৰাক্তন ৰঞ্জী খেলুৱৈ কমল দাসে টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ বিজেতাক মাধুৰ্য বৰুৱা ট্ৰফিৰ সৈতে ৰাজ বৰুৱাৰ দ্বাৰা নগদ ধনৰ টোপোলা আগবঢ়োৱা হ’ব৷ ৰানাৰ্চ আপ দলটোক বদন চন্দ্ৰ শইকীয়া ট্ৰফীৰ লগতে নগদ ধনৰ টোপোলা দিয়া হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0