Home বাণিজ্যতামিলনাডুত কোকাকলা-পেপছিৰ বিৰুদ্ধে বিক্ৰেতা সংস্থা

তামিলনাডুত কোকাকলা-পেপছিৰ বিৰুদ্ধে বিক্ৰেতা সংস্থা

by News Desk
98 views
A+A-
Reset

শীতল পানীয় আৰু মিনাৰেল ৱাটাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডুৰ বিক্ৰেতাসকলে। এই পানীয়সমূহৰ অপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ  পদক্ষেপ হাতত লৈছে তামিলনাডুৰ বিক্ৰেতাসকলে৷ ১ মাৰ্চৰ পৰা তেওঁলোকে ৰাজ্যখনত পেপ্‌ছি, কোকাকলাকে ধৰি বহুজাতিক কোম্পানীৰ পানীয়সমূহ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ বিক্ৰেতাসকলৰ সংগঠন বানিগৰ চংগাগলীন পেৰাম্পুৰ সভাপতি এ এম ৱিক্ৰমৰাজাই কয় যে শীতল পানীয়সমূহ শৰীৰৰ বাবে হানিকাৰক৷ সেয়ে আগন্তুক ফেব্ৰুৱাৰী মাহত তেওঁলোকে এই বিষয়ে জনতাক সজাগ কৰিবৰ বাবে বিভিন্ন  কাৰ্যসূচী ৰূপায়ন কৰিব৷ উল্লেখযোগ্য যে, ১৯৯৮ চনৰ পৰাই সংস্থাটোৱে এই শীতল পানীয় প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে মাত মাতি আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0