বেচৰকাৰী সংস্থা আশা দৰ্শনৰ উদ্যোগত সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিশু...

Home অন্যান্য খবৰবেচৰকাৰী সংস্থা আশা দৰ্শনৰ উদ্যোগত সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিশু দিৱস উদযাপন

বেচৰকাৰী সংস্থা আশা দৰ্শনৰ উদ্যোগত সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিশু দিৱস উদযাপন

by News Desk
65 views
A+A-
Reset

তামুলপুৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা গাঁও সত্যনাৰায়ণপুৰত বেচৰকাৰী সংস্থা আশা দৰ্শনৰ উদ্যোগত বুধবাৰে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ ১২৯ তম জন্মদিৱস উদযাপন কৰা হয়।

পুৱা ন বজাত পতাকা উত্তোলন কৰে আশা দৰ্শনৰ পৰিচালক ভূপেন কুমাৰ নাথে। দহ বজাত বন্তি প্ৰজ্বলন আৰু জৱাহৰলাল নেহৰু প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে খৈৰণী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তাৰাপদ ৰয়ে। দিনৰ  বাৰ বজাত  সমাজকৰ্মী জলেন নাৰ্জাৰীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ খড়কাই। সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে খৈৰাণী হাইস্কুলৰ প্ৰধান শিক্ষক নেত্ৰ ভূষণ খড়কা, মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৬৪ বাহিনী এছ এছ বিৰ কমাণ্ডেণ্ট এল চিখলাহাওৰ লগতে আশা দৰ্শনৰ শিক্ষা সমন্বয়ক ভগীৰথ দাস সহ বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0