74
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাত আজি সমগ্ৰ দেশৰ লগতে ৩৮ সংখ্যক বিশ্ব এইডছ দিৱস পালন কৰা হয়। বেচৰকাৰী সংস্থা নৱোদয় ফাউনণ্ডেচন, সম্ভাৱনা, আৰু নাগ্ৰিজুলি উন্নয়ন সমিতিৰ দ্বাৰা আয়োজন কৰা এই বিশ্ব এইডছ উপলক্ষে এক সজাগতা সমদল ৰূপায়ণ কৰে।
