124
newsnextone.com। তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ২৪ নং আই আৰ বি এন জোৱান এগৰাকীক মহিলাই কটাৰীৰে হাতত কটা ঘটনাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ অনুৰূপ ঘটনা ঘটে তামুলপুৰ আৰক্ষী থানাত।
তামুলপুৰৰ গেৰুৱাৰ অভিযুক্ত খাইৰুল আলীয়ে এখন দাৰে খেদি আহি আক্ৰমণ কৰে আৰক্ষী সহ পৰিদৰ্শক আলচান আলী আৰু চিপাহী অমিত দত্তক।