85
newsnextone.com। পশ্চিম নলবাৰীঃ অসম শৈক্ষিক সমিতিৰ উদোগত প্ৰতিষ্ঠা লাভ কৰা অসম একাডেমী নলবাৰীত আজি দিন বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি পুৱা প্ৰাৰ্থনা সভাৰ পিছতে ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তী আৰু মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় তাৰ পিছত পৰিচালনা সমিতিৰ তৰফৰ পৰা বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলক বিশেষভাবে সম্বৰ্ধনা জনায়।
