87
তামুলপুৰঃ হেপাহৰ ৰঙালীক বিহুক কেন্দ্ৰ কৰি এতিয়া চৌদিশে উখল মাখল পৰিৱেশ। পিচ পৰি ৰোৱা নাই তামুলপুৰ কলবাৰীৰ বড়ো জনগোষ্ঠীৰ লোক সকলো৷
ৰঙালী বিহুৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ লোক সকলো ব্যস্ত ৰংজালী বৈশাগুক আদৰাত৷