Home অন্যান্য খবৰবিদ্যালয় একত্ৰিকৰণ অমান্য তামুলপুৰৰ একাংশ বিদ্যালয়ৰ, চিন্তিত সচেতন মহল

বিদ্যালয় একত্ৰিকৰণ অমান্য তামুলপুৰৰ একাংশ বিদ্যালয়ৰ, চিন্তিত সচেতন মহল

by News Desk
62 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ শৈক্ষিক উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে একে চৌহদত একাধিকভাবে থকা বিদ্যালয়সমূহ একত্ৰিকৰণৰ ব্যৱস্থা কৰি ইতিমধ্যে অসমৰ প্ৰায় সকলো জিলাতে এই কাৰ্য সম্পন্ন কৰিছে। 

শেহতীয়াকৈ শিক্ষা বিভাগৰ শিক্ষা আয়ুক্তৰ অনুমতি সাপেক্ষে বাক্সা জিলাৰ ১৫ খন হাইস্কুলৰ লগত সংলগ্ন হৈ থকা এম ই স্কুলক একত্ৰিকৰণ কৰা হৈছে। ইয়াৰে ১‍১ খন  এম ই স্কুলে একে চৌহদৰ সংশ্লিষ্ট হাইস্কুলৰ লগত মিলি এক সুন্দৰ পৰিৱেশৰে  এখন বিদ্যালয় হিচাপে কাম কৰি গৈছে যদিও ইয়াৰে চাৰিখন বিদ্যালয়ে এতিয়ালৈ চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই  এতিয়াও পৃথক বিদ্যালয় হিচাপে কাম-কাজ চলাই থকা পৰিলক্ষিত হৈছে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0