সন্মানীয় গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা

Home ৰাজনীতিসন্মানীয় গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা

সন্মানীয় গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা

by News Desk
98 views
A+A-
Reset

গুৱাহাটীঃ সকলো জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিলে সন্মানীয় গুৱাহাটীৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। সেই অনুসৰি কংগ্ৰেছ দলৰ গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব ববিতা শৰ্মা। ববিতা শৰ্মা নাম ঘোষণা কৰাৰ লগে লগে অধিক আকৰ্ষিত হৈ পৰিছে গুৱাহাটীৰ লোকসভাৰ সমষ্টিটোৰ যুঁজখন। ইতিমধ্যে বিজেপিয়ে এই সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কুইন ওজাক। ফলত এতিয়া গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ দুয়োটা দলৰ প্ৰাৰ্থী হ’ব মহিলা।

আনহাতে গুৱাহাটীৰ লোকসভাৰ সমষ্টিত এইবাৰ নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুগৰাকীকৈ জ্যেষ্ঠ অধিবক্তাই। এগৰাকীৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়ক উপমণ্যু হাজৰিকা আৰু অন্যগৰাকীৰ হৈছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা চলচ্চিত্ৰ পৰিচালক জোনমণি দেৱী খাউণ্ড। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0