83
মৰিয়নীঃ মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাত শুকুৰবাৰে প্ৰেক্ষাগৃহত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী জনসভা দিনৰ ভাগত আয়োজন কৰা হয়৷
সভাখনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৰকিবুল হুছেইন, ভুপেন বৰা আদিক প্ৰমুখ্যে কৰি কংগ্ৰেছ দলৰ বহু কেইজন নেতা উপস্থিত থাকে৷