93
ৰহাঃ মৃত্যু আহে সংগোপনে৷ কোনে জানে কাৰ মৃত্যু কেতিয়া ক‘ত কেনেকৈ হয়৷ প্ৰতিদিনে মৃত্যুৰ দিশে মানুহ হেনো আগুৱাই গৈ থাকে৷ কিন্তু তাৰ মাজতো কোনোবাটো মৃত্যুৰ খবৰ সহজে ল’ব নোৱাৰি৷
কোনো বেমাৰ-আজাৰ নোহোৱাকৈ হঠাৎ কোনোবা এজন লোকৰ মৃত্যু হ’লে পৰিয়াল, ওচৰ-চুবুৰীয়া তথা একো একোটা অঞ্চল শোক সাগৰত ডুব যায়৷ নগাঁও জিলাৰ ৰহাৰ পহুপুৰিত এগৰাকী শিক্ষৰ মৃত্যুকো সহজভাৱে ল’ব পৰা নাই ৰাইজে৷