Home অন্যান্য খবৰগছক সাবটি আন্দোলন শিক্ষয়িত্ৰীৰ

গছক সাবটি আন্দোলন শিক্ষয়িত্ৰীৰ

by News Desk
57 views
A+A-
Reset
 ডিজিটেল ডেস্কঃ ৰাজপথত নামি আন্দোলনৰ পয়োভৰ ঘটিছে৷ কিন্তু গছক সাবতি কৰা আন্দোলন খুব কমেই আছে। গছ ৰক্ষাৰ বাবে কলকাতাত আন্দোলন আৰম্ভ কৰিছে শিক্ষকে৷
 
চিপকো আন্দোলনৰ দৰেই অবিকল এই আন্দোলন কলকাতাত৷ মহানগৰখনৰ টাকী আৰু জেচোৰ পথত হোৱা যান যত কমাবলৈ পথটোৰ পুৰণি গছসমুহ কটা আৰম্ভ কৰিছিল প্ৰশাসনে৷
 
মঙলবাৰে গছ কাটিবলৈ গৈ এক অনন্য প্ৰতিবাদৰ সন্মুখীন হ’ল প্ৰশাসনৰ লোক৷ কিয়নো গছক সাবটি গছ কটাৰ পৰা বিৰত ৰাখিলে দুগৰাকী শিক্ষয়িত্ৰীয়ে৷
 
শেষত এই দুগৰাকী মহিলাৰ আগত সেও মানিলে প্ৰশাসনে৷ উলেখ্য যে উক্ত অঞ্চলটোৰ গছ কটা বন্ধ কৰিবলৈ স্থানীয় লোকে আবেদন কৰিছে প্ৰশাসনক৷ গছ কটা বন্ধ কৰিবলৈও এখন কমিটীও গঠন হৈছে৷
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0