99
নগাঁওঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো ৰাজ্যৰ সংযোগী শিক্ষাকৰ্মীসকলক পুনৰ নিযুক্তিৰ দাবীত আজি তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰে৷
সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা সদৌ অসম কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সহযোগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷