66
ডিজিটেল ডেস্কঃ বিশ্বৰ ধুমপান কৰা ব্যক্তিৰ ভিতৰত ১১ শতাংশই নাবালিক। নতুনকৈ ধুমপান কৰিবলৈ শিকা এই নাবালকৰ বয়স ১৩ ৰপৰা ১৫ বছৰৰ ভিতৰত। এই ভয়ংকৰ অথচ দুৰ্ভাগ্যজনক সত্য পোহৰলৈ আহিছে শেহতীয়া এক সমীক্ষাত।
বিশ্বত ৬০ লাখ লোকেই বছৰি ধুমপানৰ বাবে প্ৰাণ হেৰুৱাব লগা হয়। ইয়াৰে ৬ লাখে কেৱল পৰোক্ষ ধুমপানৰ বাবে মৃত্যুমুখত পৰে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাৰ।