Home অন্যান্য খবৰটেম্পোত উঠি ভাগিব কঁকাল, তেহে বুজিব ৰাস্তাৰ হাল

টেম্পোত উঠি ভাগিব কঁকাল, তেহে বুজিব ৰাস্তাৰ হাল

by News Desk
110 views
A+A-
Reset

বঢ়মপুৰঃ বছৰ-বছৰ ধৰি জৰাজীৰ্ণ বাট-পথৰ বাবে নিজৰেই সমষ্টিৰ ৰাইজ অতিষ্ঠ হৈ শনিবাৰে শ্মশান যাত্ৰা কৰালে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিকৃতিৰ। চামগুৰি আৰক্ষী থানাৰ অধীনৰ তথা বৰঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ বামুনী এটা বিশেষ জনবহুল আৰু ব্যৱসায়িক অঞ্চল।

কিন্তু ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে অঞ্চলটো ক্ৰমশঃ পিছ পৰি অহাৰ লগতে জীয়াতু ভুগিব লগীয়া হৈছে ইয়াৰ লোকসকলে। বামুনীৰ পৰা নগাওঁ, কঠীয়াটলি আৰু চাপানালা চামগুৰি সংযোগী কেইবাটাও পথ আছে যদিও সকলোবোৰ পথৰে জৰাজীৰ্ণ অৱস্থাই এতিয়া জলা-কলা খুৱাইছে ৰাইজক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0