Home ৰাজ্যহিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত মৰিগাঁৱৰ কেইবাটাও পৰিয়াল, গীৰ্জা নিৰ্মাণক লৈ উত্তেজনা

হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত মৰিগাঁৱৰ কেইবাটাও পৰিয়াল, গীৰ্জা নিৰ্মাণক লৈ উত্তেজনা

by News Desk
90 views
A+A-
Reset

newsnextone.com | মৰিগাঁওঃ মধ্য অসমত সহজ-সৰল জনগোষ্ঠীয় লোকক ধৰ্মান্তৰিত কৰাৰ বাবে এখন বৃহৎ জাল পেলোৱা বুলি দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে৷ বিশেষকৈ মৰিগাঁও জিলাৰ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত এটি চক্ৰই দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি হিন্দু ধৰ্ম পৰা একাংশ লোকক ধৰ্মান্তৰিত কৰাৰ প্ৰচেষ্টা কৰি অহা বুলি অভিযোগ উত্থাপন হয়৷ মৰিগাঁও জিলাৰ সিধাবাৰী অঞ্চলত ধৰ্মান্তৰকৰণক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ গীৰ্জা স্থাপন কৰিবলৈ প্ৰচেষ্টা চলোৱা বুলি অঞ্চলটোত খবৰ প্ৰচাৰ হোৱাত স্থানীয় মহিলাই ৰাজ পথলৈ ওলাই অহাত উত্তেজনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত সিধাবাৰীত নতুনকৈ কেইবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে বুলি জদানিব পৰা যায়৷ ধৰ্ম পৰিৱৰ্তন কৰা লোকসকলে শেহতীয়াকৈ অঞ্চলটোত এটি গীৰ্জা স্থাপন কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি এক খবৰ প্ৰচাৰ হয়। ইয়াৰ পিছতে অঞ্চলটোত ধৰ্মান্তৰকৰণক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰাৰ লগে লগে স্থানীয় মহিলাৰ ক্ৰমান্বয়ে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিব ধৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0