46
গৌৰাসাগৰঃ বাৰিষা মানেই বিপদ৷ বাৰিষা হৈ পৰে দিখৌমুখবাসীৰ কাৰণে এক অভিশাপ৷ দুবছৰ আগত বহু মানুহে হেৰাইছিল নিজৰ ঘৰ৷ উটুৱাই নিছিল গৰু-ছাগলী৷ সেই বিপদেই আকৌ লগ নেৰিছে দিখৌমুখবাসীৰ৷
ব্রহ্মপুত্রৰ প্রৱল খহনীয়াই গাওঁবোৰ খহাই নি থাকিলেও সাৰ নাপায় ঠিকাদাৰ আৰু বিৰ্ভাগীয় কৰ্তৃপক্ষই৷ কাম অসম্পুৰ্ণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷