newsnextone।তেজপুৰঃ সমগ্ৰ অসমৰ লগতে তেজপুৰতো দেখা গ'ল অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট অসমত Inner Line Permit ৰ ব্যৱস্থাৰ দাবীত এই প্ৰতিবাদ ৷ ছাত্ৰ সংগঠনটোৱে দাবী তুলে যে, উত্তৰ পূৰ্বাঞ্চলৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিব লাগে অন্য ৰাজ্যৰ দৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা  ৰাণা প্ৰতাপ বৰুৱাৰ নেতৃত্বৰ ৬০ গৰাকী যুৱকে  অংশ গ্ৰহণ কৰি প্ৰতিবাদ কৰে ।