64
অপুৰ্ব বৰা, তেজপুৰঃ অসম তথা উত্তৰ পূবৰ যুৱ-প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আৰু ন-প্ৰতিভাৰ সন্ধান কৰাৰ লগতে এখন ক্ৰিকেট ষ্টেডিয়ামৰ দৰে সুন্দৰ খেল উপভোগ কৰাৰ এক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আইপিএলৰ ফেন পাৰ্ক ৰাইজ আৰু নৱ-প্ৰজন্মৰ লোকসকলে ভিৰ কৰা দেখা গ’ল।
