80
তেজপুৰঃ প্ৰতিবছৰৰ দৰে এইবাৰো নটসূৰ্য ফনী শৰ্মাৰ সোঁৱৰণীত তেজপুৰৰ বিভিন্ন স্থানত নাট মঞ্চস্থ কৰাৰ প্ৰস্তুতি চলাইছে।
ডিপোটাৰ অঙ্কুৰ নাট্যগোস্থীৰ উদ্যোগত নটসুৰ্য সোঁৱৰণত নাট্যপ্ৰাণ প্ৰফুল্ল বৰাৰ নাটক ‘অঙ্গিকাৰ’ ডিপোটা কেন্দ্ৰীয় নাট্যমন্দিৰত বিশিষ্ট নাট্য পৰিচালক অৰ্পন বেজবৰুৱাৰ পৰিচালনাত মঞ্চস্থ কৰা হ’ব।