newsnextone.com | ডিজিটেল ডেস্কঃ তিব্বতি ধৰ্মগুৰু দলাই লামা অসুস্থ৷ সোমবাৰে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ নিউজ ৱেবচাইটে তিব্বতি ধৰ্মগুৰু দলাই লামা অসুস্থ বুলি এক বাতৰি প্ৰচাৰ কৰাৰ পিছতে ধৰ্মগুৰুগৰাকীৰ ভক্ত সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু ইয়াৰ মাজতে তিব্বতি প্ৰশাসনে ধৰ্মগুৰুগৰাকীৰ অসুস্থতাৰ বাতৰি ভুৱা বুলি মন্তব্য কৰে৷
জানিব পৰা মতে, কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে ১৪ তম দলাই লামা৷ বিগত দুবছৰ ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত ধৰ্মগুৰু গৰাকীৰ চিকিৎসা চলি আছে৷