53
লকাঃ বেংক বা আ-অলংকাৰ অথবা ঘৰ নহয়, এইবাৰ চোৰৰ টাৰ্গেট মোবাইল টাৱাৰ। মোবাইল টাৱাৰৰ বেটাৰী চুৰি কৰাৰ টাৰ্গেট এইবাৰ চোৰৰ। লংকাৰ বামুনগাঁৱত সংঘটিত হ’ল এক অত্যাধুনিক চুৰি কাণ্ড।
বাসগৃহ, বেংক অথবা কোনো বিপনি নহয়, চোৰে টাৰ্গেট কৰিলে এইবাৰ টাৱাৰৰ বেটাৰী। কিন্তু নৈশ পহৰাদাৰৰ তৎপৰতাত ধৰা পৰিল অত্যাধুনিক চোৰৰ চুৰি কাণ্ড।