59
ওদালগুৰিঃ ওদালগুৰিত আৰক্ষী-সেনাই এক অভিযান চলাই নাওঁবন্ধাৰ পৰা তিনিজন আনলা সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আটকাধীন সদস্য তিনিজন বাক্সাৰ জোহান চালচো, আমৰুচ ওৰাং আৰু লিউচ ওৰাং বুলি জানিব পৰা গৈছে।