71
নগাঁওঃ নাৰী ব্যৱসায়ী চক্ৰৰ পৰা নগাঁও আৰক্ষীয়ে চৈধ্য বছৰীয়া এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লগতে আৰক্ষীৰ জালত পৰিছে মহিলাসহ তিনি নাৰী সৰবৰাহকাৰী ৷
নগাঁও ৰে’ল ষ্টেছনৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যশবীৰ সিং,দলবীৰ সিং আৰু প্ৰণতি দাস নামৰ নাৰী সৰবৰাহকাৰী তিনিটাক ৷