71
ডিজিটেল ডেস্কঃ শতাধিক মহিলাৰ সতীত্ব হৰণ কৰি গ্ৰেপ্তাৰ হ’ল বাংলাদেশৰ ‘চুলতান অৱ ছেক্স’। নিজকে যৌনতাৰ ৰজা আখ্যা দিয়া পাষণ্ডৰ প্ৰকৃত নাম ফাৱাদ বিন চুলতান। কামাতুৰ লোকজনে বিগত সময়ত দেশখনৰ নাৰীকুলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।
নিজকে পৃথিৱীৰ সবাতোকৈ যৌনশক্তিধৰ পুৰুষ হিচাপে দম্ভালি মৰা ফাৱাদ ধৰা পৰাৰ পিছতহে আশ্বস্ত হৈছে বাংলা নাৰীকুল। বুধবাৰে বাংলাদেশ আৰক্ষীয়ে ঢাকাৰ পৰা গ্ৰেপ্তাৰ কৰে চুলতানক।