Home অন্যান্য খবৰশিৱসাগৰত একেনিশাই তিনিখনকৈ ভাওনা, কৰ্মশালাৰ সামৰণি

শিৱসাগৰত একেনিশাই তিনিখনকৈ ভাওনা, কৰ্মশালাৰ সামৰণি

by News Desk
66 views
A+A-
Reset

শিৱসাগৰঃ শিৱসাগৰৰ দৰিকাপাৰ নাওজানগাঁও বৰনামঘৰত শিৱসাগৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী উদ্যোগত অনুষ্ঠিত হোৱা মাতৃভাষা ভাওনা কৰ্মশালা বুধবাৰে এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সামৰণি পৰে। কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী উপদেষ্টা দেৱ গগৈয়ে, বন্তি প্ৰজ্বলন কৰে মালিৰাম মেচ অাৰু নাৰায়ণ মেচে। 

পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হয় শিৱসাগৰ জিলা ভিক্তিত চিত্ৰাংকন অাৰু ৰচনা প্ৰতিযোগিতা। বিয়লি ৩ বজাত ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী দ্বাৰা দিহানাম পৰিৱেশন কৰা হয়। সন্ধিয়া ৭ বজাৰত অনুষ্ঠিত হয় বঁটা বিতৰণি অাৰু সম্বৰ্ধনা অনুষ্ঠান। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0