Home ৰাজ্যহোৱাটছএপ, ইউটিউবৰ জৰিয়তে পাঠদানৰ আহ্বান তিনিচুকীয়া প্ৰশাসনৰ

হোৱাটছএপ, ইউটিউবৰ জৰিয়তে পাঠদানৰ আহ্বান তিনিচুকীয়া প্ৰশাসনৰ

by News Desk
92 views
A+A-
Reset

তিনিচুকীয়াঃ সমগ্ৰ বিশ্বক কৰ’না মহামাৰীয়ে ভয়াৱহভাৱে জোকাৰি থকাৰ সময়ত সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৪ মাৰ্চৰপৰা ১৪ এপ্ৰিললৈকে লকডাউন ঘোষণা কৰা হৈছে৷ এই লকডাউনৰ ফলত ইতিমধ্যে ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে৷ লক ডাউনৰ সময়ছোৱাত যাতে শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ ক্ষতি নহয় তাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে৷ 

তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই তিনিচুকীয়া জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক তথা শিক্ষকসকলক লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাপ্ৰদানৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে প্ৰযুক্তিবিদ্যাৰ সঁজুলি স্মাৰ্ট ফোন ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে৷ সেই অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ, অভিভাৱকৰ সৈতে হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰি শ্ৰেণী অনুযায়ী বিভিন্ন বিষয়ৰ পাঠসমূহৰ শিকনীয় বিষয়সমূহ যোগান ধৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0