60
তিনিচুকীয়াঃ ক’ভিড-১৯ৰ বাবে দেশজুৰি অব্যাহত আছে লকডাউন। বন্ধ হৈ পৰিছে বাণিজ্যিক প্ৰতিষ্ঠান, যাতায়াত। গ্ৰীণ জ’নত শিথিল কৰি দিলেও অব্যাহত আছে উশাহ বন্ধ হোৱাৰ পৰিৱেশ।
এনে পৰিস্থিতিত স্বাভাৱিকতে ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ দিন হাজিৰা কৰা শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল। এইসকলক উদ্ধাৰৰ বাবে চৰকাৰে অদ্যপি লোৱা নাই বিশেষ ব্যৱস্থা।